Birth Certificate Online Apply Assam 2023 | How to Online Apply Assam Birth Certificate 2023

Birth Certificate: এতিয়াৰ পৰা জন্মৰ প্ৰমাণপত্ৰ হ’ব আটাইতকৈ গুৰুত্বপূৰ্ণ নথি! আধাৰ-পাছপোৰ্ট, ড্ৰাইভিং লাইচেঞ্চৰ বাবে প্ৰয়োজন হ'ব জন্মৰ প্ৰমাণপত্ৰ, চৰকাৰৰ বৃহৎ ঘোষণা





এতিয়াৰে পৰা দেশবাসীয়ে শিক্ষানুষ্ঠানত নামভৰ্তি, ড্ৰাইভিং লাইচেঞ্চ (Driving License), আধাৰ কাৰ্ড (Aadhaar Card) বা পাছপোৰ্টৰ (Passport) বাবে আবেদন, ভোটাৰ তালিকা প্ৰস্তুত (Voter List) কৰা আৰু বিবাহ পঞ্জীয়নৰ (Marriage Registration) দৰে বহুতো কাম আৰু সেৱাৰ বাবে একক দস্তাবেজ হিচাপে জন্মৰ প্ৰমাণপত্ৰ ব্যৱহাৰ কৰিব লাগিব। লগতে কেন্দ্ৰীয়/ৰাজ্য চৰকাৰ বা স্থানীয় সংস্থা বা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বা কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ অধীনৰ যিকোনো বিধিবদ্ধ বা স্বায়ত্তশাসিত সংস্থাৰ পদত নিযুক্তিৰ বাবে জন্মৰ প্ৰমাণপত্ৰক একমাত্ৰ দস্তাবেজ বুলি ধৰা হ’ব। ইয়াৰ বাবে জন্ম আৰু মৃত্যু পঞ্জীয়ন (সংশোধনী) আইন, ২০২৩ সংশোধিত কৰা হৈছে। এই সংশোধিত আইন ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব। এই বৰ্ষৰ আগষ্টত সংসদৰ অধিৱেশনত উক্ত আইনখন গৃহীত কৰা হয় আৰু ইয়াত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সন্মতি প্ৰদান কৰে। জন্ম আৰু মৃত্যু পঞ্জীয়ন (সংশোধনী) আইন, ২০২৩ৰ (২০২৩ৰ ২০) ধাৰা ১ৰ উপ-ধাৰা (২)ৰ দ্বাৰা প্ৰদান কৰা ক্ষমতা ব্যৱহাৰ কৰি কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষৰ ১ অক্টোবৰৰ পৰা উক্ত আইনৰ ব্যৱস্থাবোৰ কাৰ্যকৰী কৰিব। এই সংশোধনীৰ ফলস্বৰূপে, ভাৰতীয়সকলৰ জন্ম আৰু মৃত্যু সম্পৰ্কীয় তথ্য অধিক সঠিকভাৱে চৰকাৰৰ হাতত থাকিব, যাৰ ফলত চৰকাৰী সুবিধা প্ৰদানত স্বচ্ছতা আহিব বুলি কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে লোকসভাত বিধেয়কখন উত্থাপন কৰাৰ সময়ত দাবী কৰে।

এই আইনখনে জনসাধাৰণৰ সুবিধাৰ বাবে জন্ম আৰু মৃত্যুৰ প্ৰমাণপত্ৰ ডিজিটেল পঞ্জীয়ন আৰু ইলেক্ট্ৰনিক প্ৰদানৰ বাবে ব্যৱস্থা অন্তৰ্ভুক্ত কৰাত সহায় কৰিব। লগতে ই পঞ্জীভুক্ত জন্ম আৰু মৃত্যুৰ এক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ ডাটাবেচ সৃষ্টি কৰাতো সহায় কৰিব, যি ৰাজহুৱা সেৱা আৰু সামাজিক লাভালাভৰ দক্ষ আৰু স্বচ্ছ প্ৰদানৰ ফলত অন্যান্য ডাটাবেচ উন্নীত কৰাত সহায় কৰিব।



How to Apply Birth Certificate Link 


Birth Certificate Online Apply Link Apply Now
Login Register to Apply
Track Check Now
Grievance Click Here
Appeal Click Here
PFC Locators Click Here


From now on, citizens will have a single document for enrollment in educational institutions, application for driving license, Aadhaar Card or Passport, preparation of Voter List and marriage registration Birth certificate must be used as. Birth certificate shall also be considered as the only document for appointment to the posts of Central/State Government or Local Bodies or Public Sector Institutions or any statutory or autonomous body under Central or State Government. The Registration of Births and Deaths (Amendment) Act, 2023 has been amended for this purpose. The amended law will come into force from October The Act was passed in the session of Parliament in August this year and was approved by President Draupadi Murmu. The Central Government, exercising the powers conferred by sub-section (2) of section 1 of the Registration of Births and Deaths (Amendment) Act, 2023 (20 of 2023), shall implement the provisions of the said Act from 1 October this year. As a result of the amendment, the government will have more accurate information on births and deaths of Indians, which will bring transparency in the provision of government benefits, Union Minister of State for Home Nityananda Roy said while introducing the bill in the Lok Sabha. The Act will facilitate the inclusion of provisions for digital registration and electronic issuance of birth and death certificates for the benefit of the public. It will also help in creating a national and state level database of registered births and deaths, which will help in upgrading other databases for efficient and transparent delivery of public services and social benefits.

Post a Comment

0 Comments