Jorhat Auniati Lottery Results 2025 Check Your Numbers Now | আউনীআটী বিশ্ববিদ্যালয়ৰ সাহায্যাৰ্থে উপহাৰ কুপনৰ ৰিজাল্ট

 আউনীআটী বিশ্ববিদ্যালয়ৰ সাহায্যাৰ্থে 

উপহাৰ কুপনৰ ৰিজাল্ট  \ Jorhat Aunati University Lottery Results 2025 


Jorhat Aunati University Lottery Results 2025


হাৰমনিয়াছ হেণ্ডছ ফাউণ্ডেচন ৰ উদ্যোগত আৰু আউনীআটী বিশ্ববিদ্যালয়ৰ আৰ্থিক উন্নয়ন আৰু পৰিকল্পনা কেন্দ্ৰীয় সমিতিৰ সহযোগত উপহাৰ কুপনৰ খেল

খেলৰ স্থান:- আউনীআটী বিশ্ববিদ্যালয় চৌহদ, কলিয়াপানী, টীয়ক


পৰিচালনা সমিতি, হাৰমনিয়াম, হেণ্ডছ, ফাউণ্ডেচন 

সভাপতি :- আদিত্য গোস্বামী,

সম্পাদক :- অভিৰোহন সন্দিকৈ

আ.বি. আৰ্থিক উন্নয়ন আৰু পৰিকল্পনা কেন্দ্ৰীয় সমিতি

সভাপতি:- পূৰ্ণকান্ত বৰা

কাৰ্যকৰী সভাপতি:- এৈলোক্য চেতিয়া

হাৰমনিয়াছ হেণ্ডছ ফাউণ্ডেচন 

সঞ্চালকদ্বয় :- ৰিংকুমণি দত্ত,  মনোজ কুমাৰ গোস্বামী

কমিটিৰ যোগাযোগ নম্বৰ:- 9957021524,  6901444772,  6901382513


উপহাৰ কুপন খেলৰ নিয়মাৱলী

1. উপহাৰ বহী 12345 নম্বৰ পৰা আৰম্ভ হৈ 79012 ত শেষ হ'ব।

2. উপহাৰ বিভাগই ফলাফল ঘোষণা কৰাৰ ১৫ দিনৰ ভিতৰত নিঃসন্দেহে কুপন জমা দি উপহাৰ নিৰ ল'ব লাগিব।

3. এটা কুপনৰ বিপৰীতে এটা উপহাৰহে দিয়া হ'ব।

4. পুৰস্কাৰৰ বাবদ পৰিশোধ কৰিবলগীয়া যিকোনো ৰাষ্ট্ৰীয় কৰ (Tax) বিজেতাই নিজে বহন কৰিব লাগিব।

5. উপহাৰ কুপন খেলৰ ফলাফল দৈনিক জনমভূমি আৰু অসমীয়া প্ৰতিদিনত প্ৰকাশ হ'ব।

6. খেলৰ ওজৰ—আপত্তি প্ৰয়োজন হৈছিলে যোৰাহাট আদালতৰ যোগে নিষ্পত্তি হ'ব।

7. খেল পৰিচালনাৰ দায়িত্ব আয়োজক সমিতি আৰু ইয়াৰ সিদ্ধান্তই শেষ বুলি গণ্য হ'ব।


🎁 পুৰষ্কাৰ (Main Prize) কুপন নম্বৰ
১. Toyota Fortuner অথবা নগদ ধন655517
২. Mahindra Thar অথবা নগদ ধন542389
৩. Hyundai Venue অথবা নগদ ধন842430
৪. Tata Altroz অথবা নগদ ধন185460
৫. Hyundai NIOS অথবা নগদ ধন251828
৬. Mahindra Bolero Pickup অথবা নগদ ধন204840
৭. KTM Duke666322
৮. Enfield Hunter 350590682
৯. Honda Activa495703
১০. Honda Dio748260
১১. Pulser 125354695
১২. Platina876727
১৩. ৪ ধাম যাত্ৰা অথবা নগদ ধন ₹৯৫,০০০179056
১৪. অযোধ্যা ৰাম মন্দিৰ (৭ দিন) অথবা নগদ ধন ₹৮০,০০০145763
১৫. কাশ্মীৰ ভ্ৰমণ (৫ দিন) অথবা নগদ ধন ₹৬০,০০০647219
১৬. পুৰী জগন্নাথ ভ্ৰমণ (৪ দিন) অথবা নগদ ধন ₹৪৫,০০০668041



Book Prize



📚 বহী উপহাৰ (Book Prize) কুপন নম্বৰ
১. Maruti Ertiga75452
২. Maruti Alto62954
৩. Hero Splendor45000
৪. Honda Dio47620
৫. iPhone25606
৬. Android Phone65474
৭. Refrigerator73596
৮. Washing Machine52332
৯. Smart Watch49904
১০. Laptop59244
১১. Bluetooth Speaker78374




Ticket Prize List


Jorhat Auniati Ticket Prize Lottery Results





Book Prize List 







Jorhat Aunati Book Lottery Results List 2025











Post a Comment

0 Comments